69
ডিজিটেল ডেস্কঃ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হ’ল ৰামনাথ কোবিন্দ। শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণাতান্ত্ৰীক মৰ্চাৰ প্ৰক্ষেপিত প্ৰাৰ্থী কোবিন্দে ৬৫.৬৫ শতাংশ ভোটেৰে বিজয় সাব্যস্ত কৰে।
ইয়াৰ বিপৰীতে মুখ্য বিৰোধ দল কংগ্ৰেছৰ নেতৃত্বত থকা ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ প্ৰাৰ্থী মীৰা কুমাৰে লাভ কৰে ৩৪.৩৫ শতাংশ ভোট।