Home ৰাজ্যৰামপুৰত আৰ্ট কৰ্মশালাৰ সফল সামৰণি

ৰামপুৰত আৰ্ট কৰ্মশালাৰ সফল সামৰণি

by News Desk
59 views
A+A-
Reset

জিতুমণি দাস, আজাৰাঃ দক্ষিণ কামৰূপৰ কেইবাখনো আৰ্ট স্কুলৰ শিক্ষকৰ উমহৈতীয়া মঞ্চ অ’ৰিয়েল আৰ্ট এণ্ড ডিজাইন একাডেমীৰ উদ্যোগত আৰু শিশু সামগ্ৰীৰ বিপনী ‘ৰ’দ কাঁচিয়লি’ৰ সহযোগত ৰামপুৰস্থিত শনিবাৰে প্ৰসাদ দাস হাইস্কুলত যোৱা ২০ জুলাইৰপৰা অনুষ্ঠিত হোৱা সৃষ্টিশীল আৰ্ট কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে‌। 

দক্ষিণ কামৰূপ অঞ্চলত শিল্পকলাৰ পৰিৱেশ সৃষ্টিৰ লগতে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে অ’ৰিয়েল আৰ্ট এণ্ড ডিজাইন একাডেমীয়ে ২০০৩ চনৰ পৰাই এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। উক্ত কৰ্মশালাত এইবাৰ সহযোগ কৰিছে বিজয়নগৰস্থিত শিশুসকলৰ সামগ্ৰী সমৃদ্ধ বিপনী ৰ’দ কাঁচিয়লিয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0