Home ৰাজ্যৰঙিয়াত পুঞ্জলয়ড কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ৰঙিয়াত পুঞ্জলয়ড কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

by News Desk
65 views
A+A-
Reset

ৰঙিয়াঃ বুধবাৰে পুৱাই ৰঙিয়াত ঘাই পথ প্ৰাধিকৰণৰ বিৰুদ্ধে ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ গৰিয়া যুৱ-ছাত্ৰ পৰিষদ, আক্ৰাছু আৰু কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ সৈতে জৰিত পুঞ্জলয়ড নামৰ কোম্পানীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷

ৰঙিয়াৰ চেপ্তিত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি সংগঠন তিনিটাই পুঞ্জলয়ড কোম্পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷ অত্যন্ত আসোৱাহপূৰ্ণ কাম কৰাৰ ফলত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি কয় সংগঠন তিনিটাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0