63
নলবাৰীঃ সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, প্ৰয়াত বিশিষ্ট সাংবাদিক-শিক্ষাবিদ ৰোহিনী মেধিৰ সোঁৱৰণত নলবাৰী জিলা সাংবাদিক সন্থাই প্ৰতিবৰ্ষতে এক বিশেষ বক্তৃতা অনুষ্ঠান সম্পন্ন কৰিব৷
আজি নলবাৰী “আছু” কাৰ্যালয়ত অনুষ্ঠিত হোৱা নলবাৰী জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্ব্বাহক সভাত ৰোহিনী মেধি স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷