Home ৰাজ্যপৃথক ৰাজ্যৰ দাবীত ৰঙিয়াত প্ৰতিবাদ

পৃথক ৰাজ্যৰ দাবীত ৰঙিয়াত প্ৰতিবাদ

by News Desk
A+A-
Reset
018afc70-9e90-4bf7-829b-b0867c6aec56

ৰঙিয়াঃ পৃথক বড়ো ৰাজ্যৰ দাবীত নেৰানেপেৰা সংগ্ৰাম অব্যাহত ৰাখিছে এবছুৱে৷ পথ অৱৰোধ, অৱস্থান ধৰ্মঘটৰ পাছত পৃথক বড়ো ৰাজ্যৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাই আজি পুৱাৰে পৰা ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰে।

বিটিএডিৰ চাৰিখন জিলাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷ তাৰ মাজতে ৰঙিয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে এবছুৱে৷ পৃথখ ৰাজ্যৰ দাবীত ৰঙিয়া চহৰৰ সমীপৰ ছো’চাইতি চ’কত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া এবছুৱে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0