Home ৰাজ্যৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত

by News Desk
A+A-
Reset
1196dd6f-c3dd-4c59-9ecf-6988e201bd78

ৰঙিয়াঃ ৰঙিয়াৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা। আলট্ৰা বাছে খুন্দিয়ালে মালবাহী মেজিক। মেজিকখন ছিটিকি গৈ পৰিল বাইকৰ ওপৰত। থিতাতে নিহত মেজিকৰ চালকসহ এগৰাকী কিশোৰী। নিহত চালকজনৰ নাম নচিব আলী আৰু কিশোৰীগৰাকীৰ নাম মৃদুস্মিতা শৰ্মা।

সংকটজনক অৱস্থাত কিশোৰীগৰাকীৰ পিতৃ বংকিম শৰ্মাক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ৰঙিয়াৰ টাউনৰপৰা ডিমুৰ নিজ গৃহলৈ গৈ আছিল পিতৃ-কন্যা। ঘটনা সংঘটিত কৰি আল্ট্ৰা বাছখনে পলায়ন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0