73
ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত শনিবাৰে আবেলি সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন সোক নিহত হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, প্ৰায় ৩.৩০ মান বজাত চেপ্তিৰ সঞ্চিত ডেকা নামৰ লোক এজনে ৰঙিয়া নগৰলৈ আহিবলৈ চ’কটোৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠে। মুহুৰ্ততে গুৱাহাটীৰপৰা নলবাৰী অভিমুখে তীব্ৰ গতিত আহি থকা ব’লেৰো গাড়ী এখনে ডেকাক খুন্দা মৰাত কিছু দূৰলৈ চিটিকি যায় আৰু ঘটনাস্থলীতে মৃত্যুক সাৱটি লয়।