46
ৰঙিয়াঃ ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছ’চাইটী চ’কত মঙলবাৰে আবেলি এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।
জানিব পৰা মতে মৃত লোকজন বাক্সা জিলাৰ কাউৰবাহাৰ এ পি জে আব্দুল কালাম হাইস্কুলৰ প্ৰধান শিক্ষক আগবৰ আলী (৫২)। প্ৰায় ৪.৩০ বজাত গুৱাহাটীৰপৰা অহা যাত্ৰীবাহী বাছ এখনৰপৰা আগৱৰ আলী ৰঙিয়াৰ ছ’চাইটী চ’কত নামে।