Home ৰাজ্যএপল’মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত অগপ-যুৱ পৰিষদৰ প্ৰতিবাদ, দিছপুৰ ঘেৰাও কৰাৰ হুংকাৰ

এপল’মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত অগপ-যুৱ পৰিষদৰ প্ৰতিবাদ, দিছপুৰ ঘেৰাও কৰাৰ হুংকাৰ

by News Desk
51 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়াৰ প্ৰায় ৭০০শ্ৰমিকে এতিয়া প্ৰতিটো দিনেই হাহাকৰ কৰি পাৰ কৰিব লগা হৈছে৷ এসাজ ভাতৰ বাবে ককবকাব লগা হয় সন্তানৰ সন্মুখত৷ তেওলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷ কাৰণ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময় মতে নাপায়৷ তেওলোকে কাম কৰা উদ্যোগটো মৃত্যুৰ সৈতে যুজিছে বাবে চৰকাৰে প্ৰয়োজন অনুভৱ নকৰে তেওলোকক তথা শ্ৰমিক-কৰ্মচাৰিসকলক৷ কোনোবা ৰামদেৱ, ভূৰকিয়া, লোহিয়াক চৰকাৰে মাটি-ৰাজসাহায্য দিবলৈ সাজু থাকে যদিও থলুৱা দৰিদ্ৰ শ্ৰমিকক সহায় কৰিবলৈ কুন্ঠাবোধ কৰে৷ ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ কোলাই-পাচিয়ে নধৰা হৈছে৷

বাৰে বাৰে দল-সংগঠনে চৰকাৰক শ্ৰমিকৰ দৰমহা মুকলি কৰি দিয়াৰ লগতে উদ্যোগটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ অগপই এইবাৰ প্ৰতিবাদত নামে৷ দেওবাৰে সকলো কাৰ্যালয় বন্ধ থকাৰ দিনটোতে ৰাজ্যৰ একমাত্ৰ দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়া অগপ আৰু ভাতৃ সংগঠন যুৱ পৰিষদে ৰঙিয়া তুলসীবাৰীস্থ এপ’ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0