Home ৰাজ্যখাটিখোৱা শ্ৰমিকৰ মুখৰ হাঁহি নোহোৱা হ’ল, আকৌ এপ’লমিল পুনৰুজ্জীৱিত কৰাৰ দাবীত প্ৰতিবাদ

খাটিখোৱা শ্ৰমিকৰ মুখৰ হাঁহি নোহোৱা হ’ল, আকৌ এপ’লমিল পুনৰুজ্জীৱিত কৰাৰ দাবীত প্ৰতিবাদ

by News Desk
60 views
A+A-
Reset

newsnextone.com | ৰঙিয়াঃ মৃত্যুৰ সৈতে যুঁজ দি থকা ৰঙিয়া এ’পল মিলৰ শ্ৰমিক-কৰ্মচাৰিসকলে যোৱা ৮ মাৰ্চত বিজয় উৎসৱ পালন কৰিছিল৷ বিজয় উৎসৱত অংশ লৈছিল ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই৷ ঐতিহ্যমণ্ডিত ৰঙিয়া এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীয়ে বিজয় উৎসৱ পালন কৰাৰ লগতে শুকান মুখত এমোকোৰা হাঁহি বিৰিঙি উঠিছিল৷ চকুলো টুকি বছৰ বছৰ পাৰ কৰা শ্ৰমিক-কৰ্মচাৰীয়ে দুৰ্বিষহ জীৱনৰ অন্ত পৰিব বুলি ভাবিছিল৷ শ্ৰমিকসকলে পেটৰ ভোকৰ তাড়নাত হাহাকাৰ কৰি পাৰ কৰাৰ সময়তে ৰাজ্য চৰকাৰে মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে দহ কোটি টকা ধাৰ্য কৰে৷ কেবিনেট বৈঠকত এই সিদ্ধান্ত লৈছিল চৰকাৰে৷

যাৰ ফলত আবতৰীয়া হোলী খেলি আনন্দত আত্মহাৰা হৈ পৰিছিল শ্ৰমিক-কৰ্মচাৰীসকল৷ উৎফুল্লিত হৈ পৰিছিল এ’পল মিলৰ শ্ৰমিকসকলৰ লগতে তুলসীবাৰী অঞ্চলৰ ৰাইজ, শ্ৰমিক সন্থা আৰু স্থানীয় দল-সংগঠনৰ নেতা-কৰ্মীয়ে৷ অৱশেষত যেন, ৰঙিয়াৰ এপ’ল মিলৰ ৭০০ শ্ৰমিকৰ মুখত পুনৰ হাঁহি বিৰিঙ উঠিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0