Home ৰাজ্যৰঙিয়া মহাবিদ্যালত পুণৰ অধিক আখন দখল কৰিলে আছু-এৱছুয়ে

ৰঙিয়া মহাবিদ্যালত পুণৰ অধিক আখন দখল কৰিলে আছু-এৱছুয়ে

by News Desk
70 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু এৱছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে পুৰ্বৰ ধাৰা অটুত ৰাখি অধিক আখন লাভ কৰিৱলৈ সক্ষম হৈছে যদিও সাধাৰণ সম্পাদকৰ দৰে মূল আখন খনৰ লগতে উপ সভাপতিৰ আখনখন প্ৰথম বাৰৰ বাবে এবিভিপিৰ হাতলৈ যায় । আনহতে আন আটাইকেইখন আখন আছু  এবছুৰ সমৰ্থিত প্ৰাৰ্থীৰ হাতলৈ যায় । সেইমতে মুঠ ১২ খন আখনৰ ভিতৰত সভাপতিৰ পদত প্ৰজ্ঞা ভট্ৰ, উপ সভাপতিৰ পদত ভাস্কৰ কলিতা, সাধাৰণ সম্পাদকৰ পদত জিতু কলিতা, সহঃসাধাৰণ পদত অনিমা মহন্ত, আলোচনি সম্পাদক টলুংগা বড়ো, তৰ্ক আৰু সাহিত্য পদত নুনিচা ইকবাল, সমাজ সেৱাত ইছমিতা বড়ো, সাংস্কৃতিক বিভাগত বন্দিতা বড়ো, গুৰু খেল বিভাগত বগা বসুমতাৰী, লঘু খেল বিভাগত জিৎৰাজ গৌৰা ব্ৰহ্ম, লৰাৰ জীৰণী কোঠাত প্ৰাৰ্থ প্ৰতিম কলিতা, আৰু ছাত্ৰী জীৰণী কোঠাত প্ৰীয়ংকা কলিতাই বিজয়ী হয় ।  দিনৰ প্ৰায় ২ বজাত নিৰ্বাচনী ফলা ফল প্ৰকাশ পোৱাৰ পিচতে নিজ নিজ সমৰ্থিত প্ৰৰ্থী সকলক লৈ ৰঙিয়াত ছাত্ৰ সংগঠন সমূহে শোভাযাত্ৰা কৰি আতজবাজিৰে বিজয় উল্লাস কৰে । 

 নছিউৰ ৰহমান,ৰঙিয়া ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0