58
ৰঙিয়াঃ নগৰিকত্ব সংসোধনী বিধায়কৰ বিৰোধিতা আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকৰ নাম বাদ আৰু বিদেশীৰ নাম অন্তভূক্ত কৰাৰ বিৰোধিতা কৰি শুকুৰবাৰে ৰঙিয়াত চি পি আই এম কামৰূপ জিলা সমিতিয়ে ৰঙিয়া মহাত্মা গান্ধিৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
দিনৰ ১১ বজাৰপৰা এক বজালৈ অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত ৰাজনৈতি দলটোৰ কেইবাগৰাকী জিলা আৰু আঞ্চলিক সমিতিৰ নেতাই অংশগ্ৰহণ কৰে