Home ৰাজ্যআই টি আই আৰম্ভ নোহোৱাত ৰঙিয়াত প্ৰতিবাদ

আই টি আই আৰম্ভ নোহোৱাত ৰঙিয়াত প্ৰতিবাদ

by News Desk
68 views
A+A-
Reset

ৰঙিয়া/তুলসীবাৰীঃ এবছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ৰঙিয়া তুলসীবাৰীস্থিত আইটিআই আজিলৈকে আৰম্ভ নোহোৱাত আজি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। তলা বন্ধ কলেজখনৰ সন্মুখত সোমবাৰে গঞা ৰাইজে শীঘ্ৰে কলেজখন আৰম্ভ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে।

চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে কলেজ চৌহদ উত্তাল কৰি তোলে। উল্লেখ্য যে প্ৰায় ৪ বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত তুলসীবাৰীৰ মাহতলিত ৰাইজে দান কৰা মাটিত এই কাৰিকৰী প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0