Home ৰাজ্যৰঙিয়াত উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

ৰঙিয়াত উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

by News Desk
A+A-
Reset
5a1b35d9-2cac-4a81-acf6-a9284b1c33f4

newsnextone.com।ৰঙিয়াঃ সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ পালনৰ কৰে। বিশ্ব হিন্দু পৰিষদৰ কামৰূপ আৰু বাক্সা জিলা সমিতিয়ে পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পূৱা ৰঙিয়া প্ৰগতি সংঘ প্ৰাংগনত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ পালন কৰে।

পৰিষদৰ কামৰূপ আৰু বাক্সা জিলা সমিতিৰ সভাপতি বীৰেন্দ্ৰ চৌধুৰীয়ে ধৰ্মধ্বজা উত্তোলনেৰে জন্মাষ্টমী মহোৎসৱৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত গো-মাতাৰ পূজা কৰা হয়। জন্মাষ্টমীৰ পৰৱৰ্ত্তী কাৰ্যসূচী আছিল বিশাল সাংস্কৃতিক তথা ধৰ্মীয় শোভাযাত্ৰা। অসম চৰকাৰৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই উদ্বোধন কৰা শোভাযাত্ৰা পূৱ ৰঙিয়া প্ৰগতি সংঘৰ পৰা আৰম্ভ কৰি সমগ্ৰ ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0