Home ৰাজ্যশ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ SBI ৰঙিয়া শাখাৰ ১৫ লাখ টকাৰ চেক

শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ SBI ৰঙিয়া শাখাৰ ১৫ লাখ টকাৰ চেক

by News Desk
89 views
A+A-
Reset

ৰঙিয়াঃ কাশ্মীৰৰ পুলুবামাত জইছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ হাতত প্ৰাণ আহুতি দিয়া অসমৰ বীৰ শ্বহীদ জোৱান মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালৰ হাতত ১৫ লাখ টকাৰ এখন চেক প্ৰদান কৰে ভাৰীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাই৷

শাখাটোৰ মুখ্য প্ৰৱন্ধক হেমেন কুমাৰ শৰ্মাই শনিবাৰে বীৰ শ্বহীদগৰাকীৰ তামুলপুৰৰ কলবাৰীস্থিত গৃহত উপস্থিত হৈ প্ৰয়াত মনেশ্বৰ বসুমতাৰীৰ পত্নীৰ হাতত এই চেক প্ৰদান কৰে৷ পি এম এছ পি আঁচনিৰ অধীনত প্ৰদান কৰা এই ধনৰাশি দেশমাতৃৰ হকে বীৰ শ্বহীদগৰাকীৰ অতুলনীয় ত্যাগৰ প্ৰতি সন্মানসূচকভাৱে প্ৰদান কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0