Home ৰাজ্যৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

by News Desk
76 views
A+A-
Reset

ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰ লগতে নলবাৰী জিলাত বিজেপিৰ কৰ্মীয়ে আছু কৰ্মীৰ ওপৰত কৰা আক্ৰমনৰ প্ৰতিবাদত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিয়ে ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। সহস্ৰাধিক আছু কৰ্মীৰ লগতে ৰঙিয়াৰ কেইবাটাও ছাত্ৰ সংগঠনৰ উপস্থিতিত দিনৰ ১১ বজাৰপৰা ১২ বজালৈ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে আছুৰ কৰ্মকৰ্তা সকলে। 

বিজেপি গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, দেশদ্ৰোহী হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন বন্ধ কৰক, আছু কৰ্মীক আক্ৰমন কৰা বিজেপি কৰ্মী হুচিয়াৰ আদি ধ্বনিৰে প্ৰতিবাদস্থলী কঁপাই তোলে। দুঘন্টা সময় ৰঙিয়াত এনেদৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত উজনি নামনিৰ হাজাৰ-হাজাৰ গাড়ী ৰঙিয়াত আৱদ্ধ হয়। পথ অৱৰোধৰ অন্তত ৰাষ্ট্ৰীয় ঘাইপথতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0