69
ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰঙিয়া হাইৱে চ’কত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, এবছু ৰঙিয়া আঞ্চলিক সমিতি, গৰিয়া মৰিয়া জাতীয় পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিলখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।