Home ৰাজ্যআগন্তুক লোকসভা নিৰ্বাচনত নতুন মুখ বিচৰাৰ সময় নাই

আগন্তুক লোকসভা নিৰ্বাচনত নতুন মুখ বিচৰাৰ সময় নাই

by News Desk
A+A-
Reset
c118b570-ea22-4894-91e2-9d0f55b514cf

ৰঙিয়াঃ ভাৰতীয় জনতা পাৰ্টীয়ে তেজপুৰ, মঙলদৈ গুৱাহাটীসহ কেইবাটাও লোকসভা সমষ্টিত নতুন মুখৰ সন্ধান কৰি থকা বুলি বি জে পি নেতা জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ সময়তে বি জে পিয়ে লোকসভা নিৰ্বাচনত নতুন মুখৰ সন্ধান কৰাৰ কথাটো পোনছাটেই নসাৎ কৰিছে সাংসদ আৰ পি শৰ্মাই। 

তেওঁ কয় যে লোকসভা  নিৰ্বাচনৰ বাবে আৰু মাত্ৰ এমাহ সময় আছে গতিকে এতিয়া আৰু নতুন মুখ বিচৰাৰ সময় নাই। উল্লেখ্য, আজি তেজপুৰৰ সাংসদ শৰ্মা আৰু মঙলদৈৰ সাংসদ ৰমেন ডেকাই একেলগে ৰঙিয়া ৰে’ল সংমণ্ডলৰ উদ্যোগত ৰঙিয়া ৰে’ল ষ্টেচনত উৰনীয়া পদ সেতু (ফুট অভাৰ ব্ৰিজ), লিফ্ট, চলমান চিৰি আৰু গোৰেশ্বৰ ৰে’লৱে ষ্টেচনত প্ৰথম শ্ৰেণীৰ যাত্ৰীৰ বিশ্ৰামাগাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে নতুনকৈ আধুনিকিকৰণ কৰি শোভাবৰ্ধন কৰা ৰঙিয়া ৰে’ল ষ্টেচনৰ বাহিৰৰ অংশ মুকলি কৰা উপলক্ষে আয়োজিত সভাত ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধক ৰবিলেশ কুমাৰ, সহ অন্যান্য উচ্চ পদস্থ ৰে’ল বিষয়াসকল উপস্থিত আছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0