Home ৰাজ্যৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ উৎসৱত মুক্তিযোদ্ধাক সম্বৰ্ধনা

ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ উৎসৱত মুক্তিযোদ্ধাক সম্বৰ্ধনা

by News Desk
112 views
A+A-
Reset

ৰঙিয়াঃ নামনি অসমৰ ঐতিহ্যমণ্ডিত তথা কৃষক বিদ্ৰোহৰ স্মৃতি বিজড়িত অনুষ্ঠান ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ বছৰেকীয়া উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত হৈ যায়। ৯ আৰু ১০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বছৰেকীয়া উৎসৱত পৰ্থম দিনা অৰ্থাৎ ৯ জানুৱাৰীত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

বুধবাৰে দিনৰ ১১ বজাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ ৰাজ্যসভাৰ সাংসদ তথা ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সভাপতি ভূৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙিয়াৰ তিনিগৰাকী জ্যেষ্ঠ নাগৰিক মুক্তিযোদ্ধা গৰ্গৰাম কলিতা, ৰঙিয়াৰ প্ৰাক্তন পৌৰপতি পৰশুৰাম চৌধাৰী আাৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পৰেশ দত্তক সম্বৰ্ধনা যাচে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন কৰ্তৃপক্ষই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0