50
ৰঙিয়াঃ ৰঙিয়া জামটোলাত সোমবাৰে পুৱা গড়কাপ্তানি বিভাগৰ কাঠৰ দলং এখন ভাগি সামগ্ৰীভৰ্তি ট্ৰাক এখন তললৈ বাগৰি পৰে।
ঘটনা সম্পৰ্কত জানিব পৰা মতে, পথ নিৰ্মাণৰ বাবে কংক্ৰিতৰ ব্লক কঢ়িয়াই নিয়া এ এছ ২৫ – ৫৫৩১ নম্বৰৰ ট্ৰাক এখনে জামটোলাত কাঠৰ দলংখন অতিক্ৰম কৰিবলৈ লওঁতেই দুৰ্বল দলংখন ভাগি ট্ৰাকখন দলংৰ তলত পৰি যায়।