Home ৰাজ্যৰঙিয়াত দুৰ্ঘটনাত পতিত অচিনাক্ত লোকৰ মৃত্যু

ৰঙিয়াত দুৰ্ঘটনাত পতিত অচিনাক্ত লোকৰ মৃত্যু

by News Desk
51 views
A+A-
Reset

ৰঙিয়াঃ ২০ ডিচেম্বৰৰ পুৱা ৰঙিয়া চহৰৰ বালাগাৱত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্র বেগী বলেৰ’ পিকআপে খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰা অচিনাক্ত লোকজনৰ বৃহস্পতিবাৰে পুৱাই জি এম চি এইচত মৃত্যু হয়। যোৱা সাতদিন চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুজ দি অৱশেষত মৃত্যুক সাৱটি লয় লোকজনে। 

২০ ডিচেম্বৰৰ পুৱা বলেৰ’ পিকআপৰ খুন্দাত গুৰুতৰ ভাৱে আহত হোৱাত প্ৰথমে ৰঙিয়া সামূহিক চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে সংকটজনক অৱস্থাত জি এম চি এইচ লৈ প্ৰেৰণ কৰিছিল অচিনাক্ত লোকজনক। প্ৰায় ৪৫ বছৰীয়া লোকজনক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0