51
যোৰহাটঃ যোৰহাট জিলাৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন খেলুৱৈই ৰঞ্জন বৰুৱাই মঙলবাৰে পুৱাই মৃত্যুক আকোৱালি লয়৷
জ্যেষ্ঠ নাগৰিক তথা যোৰহাট জিলা বেডমিণ্টনৰ আগশাৰীৰ খেলুৱৈই ৰঞ্জন বৰুৱাই দৰঙিচুকৰ নিজ ঘৰত পুৱতি নিশা মৃত্যুক আকোৱালি লয়৷