Home দেশ“শপত গ্ৰহণৰ পিছতহে সবিশেষ জনাম”: সাংসদ পদক লৈ ক’লে ৰঞ্জন গগৈয়ে

“শপত গ্ৰহণৰ পিছতহে সবিশেষ জনাম”: সাংসদ পদক লৈ ক’লে ৰঞ্জন গগৈয়ে

by News Desk
A+A-
Reset
gogoi-ranjan

গুৱাহাটী/নতুন দিল্লীঃ ৰাজ্যসভাৰ সদস্য হিচাপে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মনোনীত কৰিছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক। ভাৰতীয় সংবিধানৰ ৮০ নং অনুচ্ছেদ অনুযায়ী সোমবাৰে ৰাষ্ট্ৰপতিয়ে দেশৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হোৱা অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ন্যায়াধীশ গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰে।

দেশৰ ৪৬সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ২০১৮ চনৰ ৩ অক্টোবৰত দায়িত্ব গ্ৰহণ কৰা গগৈয়ে উক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বিগত বৰ্ষৰ ১৭ নৱেম্বৰত। মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰি থকা সময়তে গগৈৰ নেতৃত্বত ৫ জনীয়া ন্যায়াধীশৰ বিচাৰপীঠে দীৰ্ঘদিনীয়া অযোধ্য বিবাদ সন্দৰ্ভত প্ৰদান কৰিছিল ঐতিহাসিক ৰায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0