77
ডিজিটেল ডেস্কঃ সমাজ খনত এতিয়া নাৰী সুৰক্ষিত নহয়৷ মুঠৰ ওপৰত নাৰী এতিয়া কতো সুৰক্ষিত নহয়৷ দেশৰ বিভিন্ন ঠাইত ধৰ্ষণ-হত্যা, অপহৰণ কাণ্ড সংঘটিত হৈ থকাৰ সময়তে এইবাৰ শিশু ধৰ্ষণৰ অভিযোগত গণপ্ৰহাৰত মৃত্যু হয় এজন যুৱকৰ৷
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত৷ ২৪ বছৰীয়া জিতেন্দ্ৰ নামৰ লোকজনৰ পত্নী এটি ধৰ্মীয় অনুষ্ঠানত যোৱাৰ পিছতেই সমীপৰ ঘৰৰ এটি শিশুক ঘৰলৈ আনি ধৰ্ষণ কৰাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷