90
newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰে লগতে আমাৰ ৰাজ্যখনতো নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ ঘটনা৷ ঘৰৰ পৰা ওলালেই এতিয়া নাৰীয়ে সুৰক্ষাক লৈ চিন্তিত হ’ব লগা হয়৷ মহিলা-যুৱতী কন্যা শিশু প্ৰতিদিনে ধৰ্ষণ, যৌন নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷
নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক নাৰী পদে পদে ধৰ্ষণ, যৌন নিৰ্যাতন হ’ব লগা হৈছে৷