Home ৰাজ্যগোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন

গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন

by News Desk
49 views
A+A-
Reset

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিখন আজি গোৰেশ্বৰ নগৰ সমিতিৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক ৰাজহুৱা সভাত গঠন কৰা হয়। ৫৫ সংখ্যক গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন উপলক্ষে আজি জয়ৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিগত বৰ্ষ সমূহৰ ৰাস উদযাপন সম্পৰ্কেও বিশদ ভাৱে আলোচনা কৰা হয়।

গোৰেশ্বৰ অঞ্চলৰ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাই গোৰেশ্বৰ আঞ্চলিক ৰাস উৎসৱ এইবেলিৰ পৰা সুন্দৰকৈ সুশৃংখলিতভাৱে আয়োজন কৰাৰ পোষকতা কৰে। লগতে আজি পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় যদিও পুৰণি সমিতিৰ সম্পাদক সভাত উপস্থিত নথকাত তেওঁক অহা সাতদিনৰ ভিতৰত হিচাপ নিকাচ আৰু সকলো নথি পত্ৰ জমা দিবলৈ আহ্বান জনাই সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0