Home ৰাজ্যপাথৰিঘাটত ৰাস উৎসৱত ভক্তৰ সমাগম

পাথৰিঘাটত ৰাস উৎসৱত ভক্তৰ সমাগম

by News Desk
48 views
A+A-
Reset

পাথৰিঘাটঃ উজনি-নামনিৰ বিভিন্ন প্ৰান্তত যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎলৱ৷ ইতিমধ্যে ৰাজ্যৰ ৰাস মহোৎসৱ সমূহৰ প্ৰাংগনত ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে৷  দৰং জিলাৰ ছিপাঝাৰতো ব্যাপক উলাহ-মালহেৰে ২৯ সংখ্যক ৰাস মহোৎসৱ শনিবাৰৰ পৰা আৰম্ভ হৈছে৷

৮ নৱেম্বৰলৈ পাচঁদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ছিপাঝাৰৰ ৰাস। ৪ নৱেম্বৰৰ পুৱা ধৰ্মধ্বজ্জা উত্তোলন, স্বচ্ছতা অভিযান, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণৰ লগতে বিয়লি ৩ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে ছিপাঝাৰ সমষ্টি উন্নয়ন আৰু পৰিকল্পনা সমিতিৰ সভাপতি চন্দ্ৰকান্ত নাথে। সন্ধিয়া ৰাস মহোৎসৱৰ মুখ্যদ্ধাৰ উন্মোচন কৰে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷ ৰাসোৎসৱৰ সৈতে সংগতি ৰাখি ৰাসস্থলীত অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক ছিপাঝাৰ গ্ৰন্থ উৎসৱ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0