54
নতুন দিল্লীঃ ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰৰ বিবাদ নতুন নহয়। আগতেও কেন্দ্ৰ লগত বিবাদৰ হৈছিল ৰিজাৰ্ভ বেংকৰ তদানীন্তন গভৰ্নৰ ৰঘুৰাম ৰাজনৰ। ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰৰ এই বাঢ়ি অহা বিবাদৰ কাৰনেই ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্নৰ উৰ্জিৎ পেটেলে পদত্যাগ কৰিব বুলি বাতৰি ওলাইছে৷
নিৰ্ভৰযোগ্য সূত্ৰ মতে জানিব পৰা মতে, চৰকাৰৰ লগত হোৱা সংঘাতৰ ফলস্বৰূপে উৰ্জিৎ পেটেলে পদত্যাগৰ প্ৰস্তুতি চলাইছে বুলি গম পোৱা গৈছে৷