ব্যক্তিগত খণ্ডক তৈলক্ষেত্ৰ, ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া, জাগিছে ডিব্ৰুগড়বাসী

Home ৰাজ্যব্যক্তিগত খণ্ডক তৈলক্ষেত্ৰ, ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া, জাগিছে ডিব্ৰুগড়বাসী

ব্যক্তিগত খণ্ডক তৈলক্ষেত্ৰ, ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া, জাগিছে ডিব্ৰুগড়বাসী

by News Desk
50 views
A+A-
Reset

চাবুৱা/ডিব্ৰুগড়ঃ প্ৰচুৰ সম্ভৱনা থকা ৰাজ্যৰ ১০ খন তৈল ক্ষেত্ৰ কেন্দ্ৰীয় চৰকাৰে পুনৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিন্ধান্তৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছ৷ দল-সংগঠনে কেন্দ্ৰ-ৰাজ্য চৰকাৰক শাসন কৰি থকা বিজেপি দলক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পাহৰি এতিয়া অসমৰ সম্পদৰ ওপৰত চকু দিয়া বুলি অভিযোগ উত্থাপিত হৈছে৷

অসমৰ সম্পদ দিল্লীয়ে ব্যক্তিগত খণ্ডক গতাই অসমীয়াৰ অধিকাৰ খৰ্ব কৰিব বিছৰা বুলিও অভিযোগ কৰে একাংশ লোকে৷ অসমৰ সম্পদৰ অধিকাৰ অসমীয়াক দিয়াৰো দাবী জনাই৷ একপ্ৰকাৰ ক্ষোভিত ৰাজ্যবাসীয়ে বিজেপিৰ প্ৰকৃত চৰিত্ৰ লাহে লাহে ওলাই পৰিছে বুলি কব খোজে৷ দিল্লীৰ কোনো এখন চৰকাৰে অসমীয়াৰ হাতত সম্পদৰ অধিকাৰ থকাটো নিবিচাৰে সেয়া কংগ্ৰেছে হওক নতুবা বিজেপিৰ চৰকাৰে হওক৷ চাহৰ নিলাম কেন্দ্ৰ অসমলৈ আনি দেখুৱাবলৈ বিজেপিক প্ৰত্যাহ্বান জনাই একাংশ লোকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0