51
বাহাকাবাৰীঃ ঈদ গ’ল৷ কিন্তু ঈদৰ পাছতেই উদ্ভৱ হ’ল অন্য এক পৰিস্থিতিৰ৷ নগাওঁ জিলাৰ কঠিয়াতলিৰ ৰেং বেংত ঈদৰ পিছদিনাখনৰ পুৱাই গৰুৰ হাড়, মুৰ, ঠেং আদি বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়৷
CLICK ►Blue Whale গেম LIVE