Home ৰাজ্যঅভয়াপুৰীত চোৰাং কাঠ জব্দ

অভয়াপুৰীত চোৰাং কাঠ জব্দ

by News Desk
60 views
A+A-
Reset

অভয়াপুৰীঃ আজি এক গোপন সুত্ৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই ৩১নং(খ) ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কটাশবাৰী গাঁওত জব্দ কৰে চোৰাং কাঠ কঢ়িওৱা এখন বলেৰ’ পিকআপ ভান।

প্ৰাপ্ত তথ্য মতে, AS-19C-9972 নম্বৰৰ পিক আপ ভানখনে আৰক্ষীৰ নিয়মীয়া তালাচীত আৰক্ষীৰ সংকেত নামানি তীব্র বেগত পলাই যোৱাত আৰক্ষীয়ে পিক ভান খন পিছে পিছে খেদি আহি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী কটাশবাৰী গাঁৱত উক্ত গাড়ীখন জব্দ কৰে যদিও গাড়ীখনৰ চালকজন পলাই সাৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0