Home ৰাজ্যঅসম-নাগালেণ্ড সীমান্তৰ চিলনীজানত তুলসী প্ৰসাদ বেৰীয়াক উদ্ধাৰ

অসম-নাগালেণ্ড সীমান্তৰ চিলনীজানত তুলসী প্ৰসাদ বেৰীয়াক উদ্ধাৰ

by News Desk
A+A-
Reset
406c3e7c-d312-44ef-b024-d5ba614ef935

newsnextone.com | বোকাজানঃ অৱশেষত মৰাণৰ পৰা অপহৰণ কৰা তুলসী প্ৰসাদ বেৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷ অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজানত বৰপথাৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে তুলসী প্ৰসাদ বেৰীয়াক।

আৰক্ষীৰ এটা বৃহৎ দলে কেইবাঘণ্টা ধৰি চলোৱা অভিযানত তুলসী প্ৰসাদ বেৰীয়াক কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তৰ চিলনীজানত এৰি পলায়ন কৰে অপহৰণকাৰীয়ে। সম্পূৰ্ণ সুস্থ অৱস্থাত উদ্ধাৰ হয় বেৰীয়া। নগা দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ। অপহৰণকাৰীৰ সন্ধানত বৰপথাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0