56
ডিজিটেল ডেস্কঃ উগ্ৰপন্থীৰ ভয়ংকৰ কূটাঘাতৰ সন্মুখীন হ’ব পাৰে দেশৰ আগশাৰীৰ চহৰসমূহ৷ কেন্দ্ৰীয় চোৰাংচোৱাই প্ৰকাশ কৰা তথ্য অনুসৰি দিল্লী,মুম্বাইত আক্ৰমণৰ পৰিকল্পনা কৰিছে লস্কৰ- ঈ -তৈবাৰ দৰে সংগঠনে৷
আনহাতে পাঞ্জাৱ আৰু ৰাজস্থানৰ চহৰসমুহো লক্ষ্য হ’ব পাৰে আক্ৰমণৰ। তথ্য অনুসৰি আক্ৰণমৰ বাবে ইতিমধ্যে লস্কৰ-ঈ- তৈবাৰ ২০জনীয়া এটা দল প্ৰৱেশ কৰিছে ভাৰতত৷