Home দেশৰিলায়েন্সৰ ‘কেলেংকাৰীৰ চুক্তি’, আপৰ সাংসদৰ বিৰুদ্ধে ৫০০০ কোটিৰ মানহানি গোচৰ

ৰিলায়েন্সৰ ‘কেলেংকাৰীৰ চুক্তি’, আপৰ সাংসদৰ বিৰুদ্ধে ৫০০০ কোটিৰ মানহানি গোচৰ

by News Desk
54 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিৰ সাংসদ অজয় সিঙৰ বিৰুদ্ধে প্ৰেৰণ কৰা হৈছে দেশৰ ইতিহাসত সৰ্বোচ্চ পৰিমাণ মানহানি গোচৰ। ৰিলায়েন্সৰ বিৰুদ্ধে ‘ভুঁৱা, বিকৃত আৰু বিদ্বেষপূৰ্ণ’ কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ তুলি সাংসদগৰাকীৰ ওপৰত তৰা হৈছে ৫০০০ কোটি টকাৰ মানহানি গোচৰ৷

ফ্ৰান্সৰ পৰা ভাৰতে ৫৬ হাজাৰ কোটি টকাত ৩৬ খন ৰাফেল জেট ক্ৰয় কৰা সন্দৰ্ভত হোৱা কেলেংকাৰীত দেশৰ প্ৰধানমন্ত্ৰীৰ নাম সাংসদগৰাকীয়ে টানি অনাৰ লগতে দেশৰ বৃহত্তৰ ব্যৱসায়িক গোষ্ঠী ৰিলায়েন্সৰ সৈতে কেলেংকাৰীৰ যোগসূত্ৰ থকাৰ কথা ১৩ ফেব্ৰুৱাৰীত এক সংবাদমেল যোগে সদৰী কৰিছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0