68
ডিজিটেল ডেস্কঃ ধৰ্মীয় অনুভূতিৰ বিষয়টোত ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে৷ অনিচ্ছাকৃতভাৱে কোৱা কোনো কথা যদি কোনো গোষ্ঠী বা ব্যক্তিৰ ধৰ্মীয় বিশ্বাসত আঘাত হানে, তেনেহলে তাৰ বিৰুদ্ধে কোনেও অভিযোগ দাখিল কৰিব নোৱাৰিব৷
অন্যথা কোনোৱে যদি অসাবধানবশত অথবা অনিচ্ছাকৃতভাৱে কোৱা কোনো কথাৰ অভিযোগ দাখিল কৰে তেন্তে সেয়া আইনৰ চকুত অপৰাধ বুলি বিবেচিত হব৷