Home ৰাজ্যএখন চৰকাৰে বোকাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে এটা গঁড়

এখন চৰকাৰে বোকাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে এটা গঁড়

by News Desk
58 views
A+A-
Reset

কাজিৰঙাঃ বাৰিষা কালত হাইলেণ্ডৰ অভাৱত বানৰ কৱলত পৰি ককবকাব লগা হয় অসমৰ মান-অভিমান, অসমীয়াৰ গৌৰৱ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল৷ বিশেষকৈ এশিঙিয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত উদ্যান খনৰ জীৱকূলৰ আলাই-আথানি নোহোৱা হয়৷ বছৰ বছৰ ধৰি চোৰাং চিকাৰীয়ে উদ্যান খনৰ জীৱ-জন্তু হত্যা কৰি আহিছে৷ সমানে সমানে বান আৰু পিটনি সমূহেও প্ৰাণ লৈ আহিছে জীৱ-জন্তুৰ৷ বছৰটোৰ প্ৰায় ৪মাহ কাল উদ্যান খন পানীত ডুবি থকাৰ ফলত বহু জীৱ-জন্তুৰ মৃত্যু হয়৷

এটুকুৰা ওখ ঠাই বিচাৰি ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হোৱাৰ চেষ্টা কৰি গাড়ীৰ চেপাত প্ৰাণ দিব লগা হয় জীৱকূলে৷ প্ৰতিবছৰে বানৰ ফলত মানুহৰ দৰে নাজল-নাথল অৱস্থা হৈ পৰে কাজিৰঙাৰ জীৱকূলৰ৷ প্ৰতিশ্ৰুতি অনুযায়ী গঁড় হত্যা ৰোধ কৰিব নোৱাৰা চৰকাৰখনে বানপানীৰ সময়ত জীৱ-জন্তুৰ বাবে হাইলেণ্ডৰ ব্যৱস্থা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে খৰালি কালত জীৱকূলক খাদ্য সামগ্ৰী, পানীৰ ব্যৱস্থা কৰাত বিফল হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷ যাৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় উদ্যানখনত অসহায় হৈ পৰে অসম গৌৰৱ গঁড়কে আদি কৰি প্ৰতিটো জীৱ-জন্তু।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0