48
নগাঁওঃ নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ অধীনৰ চামগুৰি আৰক্ষী থানাৰএলেকাধীন আমনিৰপৰা দেওবাৰে আৰক্ষীয়ে অভিযান চলাই এটা দুৰ্ধৰ্ষ গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলে আমনিত মাচৰুফ আলী ওৰফে মামা নামৰ দুধৰ্ষ চোৰাং গঁড় চিকাৰীটোক কৰায়ত্ত কৰে।