52
ডিজিটেল ডেস্কঃ ভৰতবৰ্ষৰ দৰে দেশত কেলেংকাৰী কোনো নতুন কথা নহয়৷ নিতৌ নতুন কেলেকাৰীৰ কথা পোহৰলৈ আহিয়েই থাকে৷ এইবাৰ পাঞ্জাৱ নেচনেল বেংকত সংঘটিত হৈছে বেংক লুটৰ সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত হৈছে৷
দেশৰ ভিতৰতেই সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ পিছতেই সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাগৰাকী ৰাজনৈতিক দলৰ নেতা তথা অভিনেতাই৷