Home ৰাজ্যৰঙিয়াত পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

ৰঙিয়াত পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

by News Desk
64 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ মৰাণজানাত ৩১নং ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন যুৱকৰ মৃত্যু হয়৷ জানিব পৰা মতে, বিকি চৌধৰী নামৰ যুৱকজনে দেওবাৰে নিশা এখন ৱেগনাৰ চলাই ৩১নং ঘাইপথেৰে কেন্দুকোনাৰ নিজ গৃহলৈ আহি আছিল৷

বিকি চৌধুৰীয়ে ঘাই পথটোৰে আহি থকা অৱস্থাত মৰাণজান চকত এখন তীব্ৰবেগী ট্ৰাকে ৱেগনাৰ খনত খুন্দা মাৰে৷ ফলত বিকি চৌধুৰীৰ থিতাতে মৃত্যু হয়৷ আনহাতে ট্ৰাকৰ খুন্দাত বিকিৰ ৱেগনাৰ খন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ কেন্দুকোনা অঞ্চলৰ সৰবৰহী যুৱক বিকিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0