Home ৰাজ্যবটদ্ৰৱাত পথ দুৰ্ঘটনা নিহত-১ আহত-২

বটদ্ৰৱাত পথ দুৰ্ঘটনা নিহত-১ আহত-২

by News Desk
61 views
A+A-
Reset

ধিংঃ নগাঁও জিলাৰ বটদ্ৰৱাত পথ দুৰ্ঘটনাত প্ৰণ গ’ল বাইক আৰোহীৰ৷ এএছ-০২-আৰ-৩১২২ নম্বৰৰ এখন স্কুটী আৰু বিপৰীত দিশৰ পৰা অহা এএছ-০২-জি-১২২২ নম্বৰৰ টিভিএছ বাইকৰ মাজত মুখামুখী সংঘৰ্ষ লাগে।

 ফলত পদ্ম বৰুৱা, অংকুৰ অধিকাৰী আৰু বিশ্বজিত কলিতা গুৰুতৰ ভাবে আহত হয়৷ স্থানীয় লোকে আৰু আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ তিনিওজনকে ১০৮ এম্বুলেঞ্চেনেৰে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পদ্ম বৰুৱা নামৰ লোকজনৰ মৃত্যু হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0