newsnextone.com। ডিমাকুছিতঃ
ভেৰগাঁৱৰ ডিমাকুছিত অঘটন
ডিমাকুছিত ডাম্পাৰৰ দৌৰাত্ম্য অব্যাহত৷
দিনদুপৰতে ডাম্পাৰে মহতিয়াই নিয়ে বাইক আৰোহীক৷
ডিমাকুছি চেন্ট্ৰেল বেংকৰ সন্মুখতে এই ঘটনা৷
থিতাতে নিহত এগৰাকী মহিলা৷
নিহত মহিলা গৰাকী তুলিকা চহৰীয়া(৩৫)বুলি চিনাক্ত কৰা হৈছে৷
বাইক আৰোহীৰ সংকটজনক অৱস্থা চিকিৎসালয়লৈ প্ৰেৰণ৷
দুৰ্ঘটনাক লৈ উত্তাল পৰিবেশ৷
ঘটনাস্থলীত উপস্থিত ডিমাকুছি আৰক্ষী৷