60
গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ বগুৱানত মঙলবাৰে নিশা প্ৰায় ৯.৪৫ বজাত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷
গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত কৰাইখোৱাত AS-01-BC-0340 মালবাহী মেজিক আৰু AS-18-C-3823 মাজত মুখামুখি সংঘর্ষ লাগে।