45
লংকাঃ লংকাৰ বামুনগাঁৱৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথত এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়৷
ঘটনা অনুসৰি এখন তীব্ৰবেগী চুইফ্ট ডিজায়াৰ আৰু ডিচকভাৰ বাইক এখনৰ মাজত মুখামুখি খুন্দা সংঘৰ্ষ ঘটে৷ সংঘৰ্ষত বাইক আৰোহী জামাল উদ্দিন গুৰুত্ব ভাৱে আহত হয়৷