67
ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ মৰাণজানাত ৩১নং ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়৷
জানিব পৰা মতে, তীব্ৰবেগী স্ক’ৰপিঅ এখনে পথৰ দাতিৰে চাইকেল চলাই আহি থকা কমলপুৰৰ প্ৰদীপ কলিতা নামৰ লোকজনক খুন্দা মাৰে।