64
খাৰুপেটীয়াঃ দৰং জিলাৰ দলগাঁৱত আজি পুৱাই এক দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী এছ এছ বিৰ জোৱানৰ মৃত্যু হয়৷
এএছ-১৩-ই-২১২৩ নম্বৰৰ টিভিএছ স্কুটী এখনেৰে দলগাঁও দিশৰ পৰা লাইলংপাৰাৰ নিজ গৃহলৈ গৈ থকা অৱস্থাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় জোৱানজন।