61
ৰঙিয়াঃ পুৱতি নিশা ৰঙিয়াত সংঘটিত পথ দুৰ্ঘটনাত এহাল যুৱক-যুৱতীৰ প্ৰাণ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চহৰৰ সমীপৰ চিকণিবাৰীত ভাৰত-ভূটান ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনাটো।
তীব্ৰবেগী এখন বাছে বাইকক মহটিয়াই নিয়াৰ ফলত তামুলপুৰৰ চুমিত বড়ো আৰু প্ৰিয়া চেত্ৰীৰ থিতাতে মৃত্যু হয়৷ দূৰ্ঘটনাটোত আন এগৰাকী যুৱতী গুৰুতৰ ভাবে আহত হয়।