55
ধুবুৰীঃ গৌৰীপুৰৰ ৰূপসী বিমাবন্দৰৰ সমীপত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়৷ নিহত লোকজন খুদিমাৰী গাঁৱৰ যুৱক আলিমুদ্দিন শ্বেখ (৩০)বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, যুৱক জনে সন্ধিয়াৰ ভাগত বাশবাৰী অঞ্চলৰ পৰা খূদিমাৰীৰ নিজ ঘৰলৈ এএছ-১৭-এইচ-০২৭৭ নম্বৰৰ গ্লেমাৰ বাইকেৰে আহি আছিল৷