65
newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰী থানাৰ ৰামফলবিলৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে গেছ টেংকাৰ আৰু টাটা মেজিক(এএচ ১৬ , ০৪৩৮) গাড়ীৰ মাজত সংঘটিত হোৱা এক মুখামুখী সংঘৰ্ষত বৃদ্ধাসহ তিনিগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে শিশু মহিলা সহিতে কমেও ৯গৰাকী যাত্ৰী আহত হৈছে।
এন-এল-০১-৭৩১৭ নম্বৰৰ গেছ টেংকাৰ আৰু এএচ-১৬-০৪৩৮ নম্বৰৰ টাটা মেজিকৰ মাজক মুখামুখী সংঘৰ্ষ লাগে৷