55
সোণাৰিঃ পৰিয়ালৰ সকলোকে মিঠা হাঁহিটোৰে মাত দি পৰীক্ষা দিবলৈ ওলাই আহিছিল তেওঁ৷ কিন্তু পৰীক্ষা দি ঘৰ আহি নাপালে ১৬ বছৰীয়া লোহিতে৷ লোহিত ঘৰলৈ উভতি আহিল মৃতদেহ হৈ৷ বিধিৰ লিখন নাযায় যেন নহয় খণ্ডন৷ মৃত্যুই কিৰিলি পাৰি ৰৈ আছিল ৰাজ পথত তেওৰ বাবে৷ ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিক্ষাৰ্থী৷
