ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত আমগুৰিত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

Home ৰাজ্যফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত আমগুৰিত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত আমগুৰিত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

by News Desk
61 views
A+A-
Reset

আমগুৰিঃ NSCNৰ সৈতে ভাৰত চৰকাৰে নাগালিম চুক্তিত স্বাক্ষৰ কৰাৰ পিছৰে পৰা ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত কৰি ভাৰত চৰকাৰে বৃহত্তৰ নাগালিম গঠনৰ প্ৰস্তাৱক মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰি কৰাত অসমৰ ৰাইজে অসমৰ ভূমি নাগালিমলৈ যোৱা আশংকাত দিন পাৰ কৰিছে৷

যাৰ ফলত পুনৰ ৰাজ্যত প্ৰতিদিনে দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দল-সংগঠনে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ পথলৈ ওলাই আহিল চাহ জনগোষ্ঠীৰ লোক৷ কেন্দ্ৰীয় চৰকাৰে নগা উগ্ৰপন্থী সংগঠন NSCNৰ সৈতে কৰা চুক্তি শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবীত মঙলবাৰে অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিঙত ৩ ঘণ্টা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কেইবা শতাধিক চাহ জনগোষ্ঠীৰ লোকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0